Ayush Food Products

Ayush Food Products "Ayush" নামেই যাৰ সোৱাদৰ পৰিচয়. 100%Quality satisfaction.100% Taste guarantee.

Under process........ World's hottest chilli pickle
12/05/2020

Under process........ World's hottest chilli pickle

14/04/2019
14/04/2019

AYUSH FOOD PRODUCTS'ৰ তৰফৰ পৰা সমূহ বাসী ৰাইজলৈ অসমীয়াৰ বাপতি-সাহন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্চা জ্ঞাপন কৰিলো

06/11/2018

সমূহ ৰাজ্যবাসীলৈ পোহৰৰ উৎসৱ দিপাৱলীৰ অলেখ শুভকামনা জনালো ।

"Ayush Food Products" 1st anniversary celebration
22/09/2018

"Ayush Food Products" 1st anniversary celebration

21/09/2018

সকলো বন্ধুবৰ্গৰ আশীৰ্বদ আৰু মৰম চেনেহেৰে "Ayush Food Products " এবছৰীয়া হ'ল ।আজিৰ এই শুভ ক্ষণত সকলো বন্ধুলৈ ধন্যবাদ জ্ঞাপন কৰিছো।আগন্তুক বৰ্ষ বোৰতো যেন অধিক উৎসাহেৰে আগুৱাই যাব পাৰো তাৰ বাবে সকলো বন্ধুৰ আশীৰ্বদত বিছাৰিছো।

আজি Ayush Food Product's ৰ কাৰ্যালয়'ত বিশ্বকৰ্মা পূজা উদজাপন কৰাৰ কিছু মূহুৰ্ত'ৰ ছবি
17/09/2018

আজি Ayush Food Product's ৰ কাৰ্যালয়'ত বিশ্বকৰ্মা পূজা উদজাপন কৰাৰ কিছু মূহুৰ্ত'ৰ ছবি

Ayush Food Products' ৰ কেঁচা জলকীয়াৰ আচাৰ (Green Chilli Pickle ) আজিৰে পৰা আপোনাৰ ঘৰৰ ওচৰৰ বিপনীত উপলব্ধ হ'ব । অাশা কৰিছ...
05/06/2018

Ayush Food Products' ৰ কেঁচা জলকীয়াৰ আচাৰ (Green Chilli Pickle ) আজিৰে পৰা আপোনাৰ ঘৰৰ ওচৰৰ বিপনীত উপলব্ধ হ'ব । অাশা কৰিছো আপোনালোকে নিচ্চয় ইয়াৰ সোৱাদ গ্ৰহন কৰিব ।

Address

Tinsukia
786125

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Telephone

917896145623

Website

Alerts

Be the first to know and let us send you an email when Ayush Food Products posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share