AP MEDIA

Call Directions Website Contact the restaurant

AP MEDIA 📞 Customer support ke liye hai
📈 Marketing ke liye hai
🎬 Promotion ke liye hai
917638082406

06/10/2026

baganiya Mon

04/10/2026


How are you, young people?
The Ultimate Gen-Z Men's Collection)

27/09/2026
27/09/2026

বিশ্ব বজাৰত নতুন খলকনিৰ সৃষ্টি কৰিছে অসমৰ প্ৰযুক্তিয়ে!

ঘৰত বহিয়েই এতিয়া উপাৰ্জনৰ নতুন সুযোগ লাভ কৰিব পাৰিব আপুনিও।

Ullu, Uber নহয়—Facebook, YouTubeও নহয়!

এতিয়া নতুন প্ৰযুক্তিৰে Facebook-YouTubeকো টক্কৰ দিবলৈ আহি আছে Multy Eco System – AP Live service সেৱা

হয়, ঠিকেই শুনিছে...

আপুনি এজন Creator নেকি?
Influencer, Live Streamer অথবা Video Content Creator নেকি?

তেন্তে আপোনাৰ প্ৰতিভাৰ জৰিয়তে উপাৰ্জনৰ নতুন পথ এতিয়া মুকলি!

আটাইতকৈ ডাঙৰ কথা—
কোনো Joining Fees নাই!
Monetiz কৰাৰো প্ৰয়োজন নাই!

অৰ্থাৎ, প্ৰথম দিনাৰ পৰাই উপাৰ্জনৰ সুযোগ লাভ কৰিব পাৰিব।

Video Upload কৰক, Live Streaming কৰক অথবা Audio Live কৰক—
আৰু লাভ কৰক Ranking, Leaderboard আৰু Reward-ৰ সুবিধা।

কেৱল Creator বা Influencerৰ বাবেই নহয়—
বিভিন্ন পেছাৰ লোকৰ বাবেও আছে কামৰ নতুন সুযোগ।

আপুনি যদি Plumber, Electrician, Beautician, Carpenter অথবা আন কোনো সেৱা প্ৰদানকাৰী হয়, তেন্তে ID Registration সম্পূৰ্ণ কৰি লাভ কৰিব পাৰিব কামৰ Booking।

আপোনাৰ দক্ষতা, আপোনাৰ সেৱা—
এতিয়া পোনপটীয়াকৈ গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰি লাভ কৰক কামৰ সুযোগ।

লগতে ব্যৱহাৰকাৰীৰ গোপনীয়তাৰ প্ৰতিও দিয়া হৈছে বিশেষ গুৰুত্ব।

Live Videoৰ Screenshot লোৱাৰ সুবিধা নাথাকিব।
আৰু অশ্লীল Live Content কোনো কাৰণতে অনুমোদন কৰা নহ’ব।

আৰু আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল—
এই Applicationত আছে ২৪ ঘণ্টাই পইচা উলিয়াব পৰাৰ সুবিধা।

লগতে যিকোনো সময়তে সহায় লাভ কৰিব পৰাকৈ আছে ২৪ ঘণ্টীয়া Customer Service।

Global Icon Private Limited-এ আগবঢ়াইছে এই নতুন সুযোগ।

নতুন প্ৰযুক্তি।
নতুন Platform।
নতুন সুযোগ।

অসমৰ প্ৰযুক্তিৰ এই বিশেষ Live সেৱাৰ সৈতে আৰম্ভ কৰক আপোনাৰ নতুন যাত্ৰা।

Multy Eco System – AP Live Service সেৱা

আপোনাৰ প্ৰতিভা।
আপোনাৰ দক্ষতা।
আৰু এতিয়া—উপাৰ্জনৰ নতুন সম্ভাৱনা!

21/09/2026

বালিগাঁও বৰতল যোৱক সকলৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত ষষ্ঠ বাৰ্ষিক কাবাডী খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 27আৰু 28 চেপ্তেম্বৰ তাৰিখে

07/09/2026

নাহৰবাৰী আৰু খলহুবাৰী যুৱ সংঘৰ উদ্যোগত তৃতীয় বাৰ্ষিক কাবাডী খেল প্ৰতিযোগিতা।

super Kabaddi tournament




04/09/2026

welcome to AP Live

02/09/2026

Address

Tezpur
784506

Alerts

Be the first to know and let us send you an email when AP MEDIA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Restaurant

Send a message to AP MEDIA:

Shortcuts

Share

Category