06/08/2026
After the incredible response to LÍGANG Jorhat, we are delighted to announce the opening of our new outlet in Guwahati.😍😍
Your continued support means everything to us, and we look forward to creating a space filled with warmth, laughter, and unforgettable moments.
We can’t wait to welcome you soon!❤️❤️
লিগাং, যোৰহাটত আপোনালোকৰ অসাধাৰণ সঁহাৰিৰ পিছত, আমি অত্যন্ত আনন্দেৰে জনাইছো যে গুৱাহাটীতো আমাৰ নতুন আউটলেট মুকলি কৰিবলৈ সাজু হৈছো।😍😍😍
আপোনালোকৰ অবিৰত সমৰ্থন আমাৰ বাবে অমূল্য, আৰু আমি আশা কৰো এই স্থানটো হাঁহি, আনন্দ আৰু স্মৰণীয় মুহূৰ্তৰে ভৰি পৰিব।
অতি শীঘ্ৰেই আপোনালোকক স্বাগতম জনাবলৈ আমি উৎকণ্ঠাৰে অপেক্ষা কৰি আছো।❤️❤️
Location 📍1st Floor, Beside City Center Mall Exit Gate Zoo Road, Guwahati