26/05/2026
আপোনাৰ ব্যস্ত মঙলবাৰটো সুস্বাদু কৰক Baruah's Kitchen ৰ সৈতে! ৰন্ধা-বঢ়াৰ দায়িত্ব আমাক দিয়ক আৰু আপুনি নিজৰ কামত মন দিয়ক। সঠিক সময়ত আপোনাৰ প্ৰিয় খাদ্য লাভ কৰিবলৈ আমাৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত অৰ্ডাৰ কৰক।
⏰ অৰ্ডাৰ বুকিং চলি আছে:
Lunch Order: দিনৰ ১২:০০ বজাৰ আগতে।
Dinner Order: সন্ধিয়া ৭:০০ বজাৰ আগতে।
(Kitchen Open: 11:00 AM to 9:00 PM)
Direct Order/WhatsApp: 8638777715.
Zomato & Swiggy ত এতিয়াই লগ-ইন কৰক!