Niribili Restaurant cm Resort

  • Home
  • Niribili Restaurant cm Resort

Niribili Restaurant cm Resort Experience peace and authentic flavors at Niribili Restaurant & Resort. Your perfect serene getaway!

আমাৰ আজিৰ আবেলিৰ আলহী।
12/08/2026

আমাৰ আজিৰ আবেলিৰ আলহী।

12/08/2026

We are ready for today

11/08/2026

আবেলিৰ মনোৰম বতৰত একাপ গৰম চাহ বা কফি, আৰু তাৰ লগতে যদি থাকে জুতি লগা নুডলছ, কথাই বেলেগ! ☕🍝

নুডলছ আৰু চাহ/কফি প্ৰেমীসকললৈ আজি আবেলিৰ এই বিশেষ নিমন্ত্ৰণ। আহক, সোৱাদ আৰু আড্ডাৰে ভৰাই তোলোঁ আজিৰ আবেলিটো। ✨

11/08/2026

নিৰিবিলিত আজিৰ পৰা আকৌ গাাহৰি পাব। আজি আমাৰ গাহৰি ,ব্ৰইলাৰ চিকেনৰ লগতে থাকিব মিক্স সবজি, কল দিল ভাজি, লগতে নৰসিংহ পাতৰ চাটনি।

সুপ্ৰভাত! আপোনাৰ ব্যস্ত জীৱনৰ পৰা কিছু সময় উলিয়াই 'নিৰিবিলি'ৰ শান্ত পৰিৱেশত জিৰণি লওক। আপোনাৰ দিনটো শুভ হওক! 🌸🍽️        ...
11/08/2026

সুপ্ৰভাত! আপোনাৰ ব্যস্ত জীৱনৰ পৰা কিছু সময় উলিয়াই 'নিৰিবিলি'ৰ শান্ত পৰিৱেশত জিৰণি লওক। আপোনাৰ দিনটো শুভ হওক! 🌸🍽️

ResortLife NiribiliRestaurant PeacefulMorning

প্ৰকৃতি আৰু আত্ম-চিন্তাৰ বাবেনিৰিবিলি পৰত হেৰাই যোৱাৰ মাদকতাই সুকীয়া... প্ৰকৃতিৰ সৈতে কিছু নিৰৱ বাৰ্তালাপ। 🍂🤍​
10/08/2026

প্ৰকৃতি আৰু আত্ম-চিন্তাৰ বাবে

নিৰিবিলি পৰত হেৰাই যোৱাৰ মাদকতাই সুকীয়া... প্ৰকৃতিৰ সৈতে কিছু নিৰৱ বাৰ্তালাপ। 🍂🤍

আমাৰ আজিৰ আলহী। সকলোকে ধন্যবাদ নিৰিবিলিলৈ অহাৰ বাবে।
09/08/2026

আমাৰ আজিৰ আলহী। সকলোকে ধন্যবাদ নিৰিবিলিলৈ অহাৰ বাবে।

আমাৰ আজিৰ আলহী। সকলোকে ধন্যবাদ আমাৰ নিৰিবিলিলৈ আহাৰ বাবে।
08/08/2026

আমাৰ আজিৰ আলহী। সকলোকে ধন্যবাদ আমাৰ নিৰিবিলিলৈ আহাৰ বাবে।

আমাৰ সন্ধিয়াৰ আলহী। সকলোকে বহুত বহুত ধন্যবাদ নিৰিবিলিলৈ অহাৰ বাবে।
07/08/2026

আমাৰ সন্ধিয়াৰ আলহী। সকলোকে বহুত বহুত ধন্যবাদ নিৰিবিলিলৈ অহাৰ বাবে।

07/08/2026

কোলাহলৰ পৰা আঁতৰি এই শান্ত পৰিৱেশত একেলগে এসাঁজ খাৱলৈ সকলোকে আদৰণি জনাইছোঁ। কোনে কোনে যোগ দিব বিচাৰে?" 🙋‍♂️🙋‍♀️

Address


Website

Alerts

Be the first to know and let us send you an email when Niribili Restaurant cm Resort posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your restaurant to be the top-listed Restaurant?

Share